ইণ্ডিয়ান অইল কৰপোৰেচন লিমিটেডত নিযুক্তি, ২০২০

ইণ্ডিয়ান অইল কৰপোৰেচন লিমিটেডত নিযুক্তি, ২০২০

ইণ্ডিয়ান অইল কৰপোৰেচন লিমিটেডত নিযুক্তি, ২০২০

ইণ্ডিয়ান অইল কৰপোৰেচন লিমিটেডত বি.টেক / বি.ই ডিগ্ৰী প্ৰাৰ্থী ৰ পৰা অফিচাৰচ/ইঞ্জিনিয়াৰচ পদৰ বাবে আবেদন বিচাৰিছে।

পদৰ নাম : অফিচাৰচ/ইঞ্জিনিয়াৰচ

অৰ্হতা: বি.টেক / বি.ই

পদৰ সংখ্যা: ০১

অভিজ্ঞতা: নবীন

কৰ্ম স্থান: ভাৰতবৰ্ষ

আবেদনৰ শেষ তাৰিখ: ১৬/০২/২০২০

নিৰ্বাচন প্ৰক্ৰিয়া: লিখিত পৰীক্ষা/ সাক্ষাৎকাৰ

গেট ( GATE) ২০২০ উত্তীর্ণ পৰীক্ষাৰ্থী সকলেহে আবেদন কৰিব পাৰিব। অন্য তথ্য ৰ বাবে http://www.gate.iitd.ac.in অথবা www.iocl.com ৱেবচাইটত চাব পাৰিব।

অধিক তথ্যৰ বাবে তলত উল্লেখ কৰা বিভাগীয় ৱেবছাইটত চাওক : Click Here

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com