কেন্দ্রীয় বিদ্যালয় হাফলংত নিযুক্তি ২০২০

কেন্দ্রীয় বিদ্যালয় হাফলংত নিযুক্তি ২০২০

কেন্দ্রীয় বিদ্যালয় হাফলংত নিযুক্তি ২০২০

কেন্দ্রীয় বিদ্যালয়,হাফলং , পি জি টি, টি জি টি, পি.আৰ.টি, আৰু অন্য পদ সমূহৰ বাবে ইচ্ছুক প্ৰাৰ্থীৰ পৰা আবেদন বিচাৰিছে।

১/পোষ্ট গ্ৰেজুৱেট টিচাৰ্চ (PGT)

বিষয়: ইংৰাজী, হিন্দী, গণিত, জীৱ বিজ্ঞান, ৰাসায়ন বিজ্ঞান,কম্পিউটাৰ বিজ্ঞান

সাক্ষাৎকাৰৰ তাৰিখ: ১৪/০৩/২০২০

২/ ট্ৰেইনড গ্ৰেজুৱেট টিচাৰ্চ (TGT)

বিষয়: , ইংৰাজী, সমাজ বিজ্ঞান, গণিত, সংস্কৃত, হিন্দী,P&HE. Art Education

সাক্ষাৎকাৰৰ তাৰিখ: ১৩/০৩/২০২০

৩/ পি আৰ টি এচ / পি আৰ টি/ পি আৰ টি (মিউজিক)

সাক্ষাৎকাৰৰ তাৰিখ: ১৩/০৩/২০২০

৪/ কম্পিউটাৰ প্ৰশিক্ষক, নাৰ্চ, কাউন্সেলাৰ, যোগ প্ৰশিক্ষক, নৃত্য প্ৰশিক্ষক

সাক্ষাৎকাৰৰ তাৰিখ: ১৩/০৩/২০২০

কেনেদৰে আবেদন কৰিব: ইচ্ছুক প্ৰাৰ্থী সকলে প্ৰয়োজনীয় নথিপত্ৰ সমূহৰ পুৱা ৯:০০বজাত সাক্ষাৎকাৰৰ দিনা উপস্থিত হব লাগিব।

ৱা্ক-ইন-ইন্টাৰভিউ: ১৩/০৩/২০২০ ৰ পৰা ১৪/০৩/২০২০

সবিশেষ জানিবলৈ : Click here

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com