কেন্দ্রীয় বিদ্যালয় নিউ বঙ্গাইগাওঁত নিযুক্তি ২০২০
কেন্দ্রীয় বিদ্যালয় নিউ বঙ্গাইগাওঁ ত অসমীয়া ভাষা শিক্ষাকৰ বাবে ইচ্ছুক প্ৰাৰ্থীৰ পৰা ৱা্ক-ইন-ইন্টাৰভিউৰ বাবে আবেদন বিচাৰিছে।
পদৰ নাম: অসমীয়া ভাষাৰ শিক্ষক
শিক্ষাগত অৰ্হতা: অসমীয়া ভাষাত স্নাতক লগতে বি.এড ডিগ্রীধাৰী হব লাগিব।
ৱা্ক-ইন-ইন্টাৰভিউৰ: ১৯/০২/২০২০
**অন্য কোনো তথ্যৰ বাবে http//newbongaigaon.kvs.ac.in/ ৱেবচাইটত অথবা কেন্দ্রীয় বিদ্যালয়ৰ নটিচ বৰ্ড ত চাব পাৰিব।
ঠিকনা: Kendriya Vidyalaya New Bongaigaon P.O New Bongaigaon-783381
টেলিফোন নং : 03664231653
অধিক জনাৰ বাবে : Click Here
অন্য খবৰৰ বাবে পঢ়ক: দিল্লী পাব্লিক স্কুল, দুলিয়াজানত নিযুক্তি ২০২০