Begin typing your search above and press return to search.

কেন্দ্রীয় বিদ্যালয় নিউ বঙ্গাইগাওঁত নিযুক্তি ২০২০

কেন্দ্রীয় বিদ্যালয় নিউ বঙ্গাইগাওঁত নিযুক্তি ২০২০

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  14 Feb 2020 8:17 AM GMT

কেন্দ্রীয় বিদ্যালয় নিউ বঙ্গাইগাওঁত নিযুক্তি ২০২০

কেন্দ্রীয় বিদ্যালয় নিউ বঙ্গাইগাওঁ ত অসমীয়া ভাষা শিক্ষাকৰ বাবে ইচ্ছুক প্ৰাৰ্থীৰ পৰা ৱা্ক-ইন-ইন্টাৰভিউৰ বাবে আবেদন বিচাৰিছে।

পদৰ নাম: অসমীয়া ভাষাৰ শিক্ষক

শিক্ষাগত অৰ্হতা: অসমীয়া ভাষাত স্নাতক লগতে বি.এড ডিগ্রীধাৰী হব লাগিব।

ৱা্ক-ইন-ইন্টাৰভিউৰ: ১৯/০২/২০২০

**অন্য কোনো তথ্যৰ বাবে http//newbongaigaon.kvs.ac.in/ ৱেবচাইটত অথবা কেন্দ্রীয় বিদ্যালয়ৰ নটিচ বৰ্ড ত চাব পাৰিব।

ঠিকনা: Kendriya Vidyalaya New Bongaigaon P.O New Bongaigaon-783381

টেলিফোন নং : 03664231653

অধিক জনাৰ বাবে : Click Here

অন্য খবৰৰ বাবে পঢ়ক: দিল্লী পাব্লিক স্কুল, দুলিয়াজানত নিযুক্তি ২০২০

Next Story
চাকৰি