Begin typing your search above and press return to search.
লক্ষীবাৰী চাহ বাগিচাৰ শ্ৰমিকসকলৰ বিশেষ সিদ্ধান্ত

লক্ষীবাৰী চাহ বাগিচাৰ শ্ৰমিকসকলৰ এক বিশেষ সিদ্ধান্ত ৷ এক সপ্তাহকৈ অধিক সময় ধৰি কামক বৰ্জন কৰিছে চাহ বাগিচাৰ শ্ৰমিকসকলে ৷ সংবাদ মাধ্যমৰ লগত হোৱা মতবিনিময়ত চাহ শ্ৰমিকসকলে কয় যে সীমিত সংখ্যক বেতন আৰু অত্যাৱশকীয় সা সুবিধাৰ অভাৱৰ কাৰণে চাহ বাগিচাৰ কামক বৰ্জন কৰাৰ সিদ্ধান্ত লৈছে তেওঁলোকে ৷
উল্লেখ্য যে চাহ শ্ৰমিকসকল দীৰ্ঘ সময় ধৰি বিশুদ্ধ খোৱা পানী,স্বাস্থ্যকৰ পৰিবেশ আৰু শিক্ষাৰ সুবিধাৰ পৰা বঞ্চিত হৈ আছে ৷
অধিক খবৰৰ বাবে পঢ়ক : শীৰ্ষ বাতৰি
Next Story