Begin typing your search above and press return to search.

জুৱাৰ বিৰুদ্ধে লক্ষিমপুৰ জিলা প্ৰশাসনে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে

জুৱাৰ বিৰুদ্ধে লক্ষিমপুৰ জিলা প্ৰশাসনে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  4 Jun 2019 7:59 AM GMT

লক্ষিমপুৰ জিলা প্ৰশাসনে জিলা খনত জুৱা নিষিদ্ধ কৰিছে । ৰাজহুৱা শান্তি, নীতি, সামাজিক শান্তিৰ লগতে জনসাধাৰণৰ জীৱন আৰু সম্পত্তিলৈ ভাবুকি কঢ়িয়াই অনা জুৱা আৰু লটাৰিৰ বিৰুদ্ধে বিভিন্ন ব্যৱস্থা গ্ৰহণ কৰিছে লক্ষিমপুৰ জিলা প্ৰশাসনে । এই আদেশ কাৰ্যকাৰী নোহোৱা পৰ্যন্ত জাৰি থাকিব বুলি প্ৰকাশ কৰে ।

অধিক খবৰৰ বাবে পঢ়ক :ৰাজ্যিক বাতৰি

Next Story
চাকৰি