Begin typing your search above and press return to search.

লখিমপুৰ তেলাহী কমলাবাৰী মহাবিদ্যালয়ৰ সহকাৰী  অধ্যাপক পদৰ বাবে পদ খালী

লখিমপুৰ তেলাহী কমলাবাৰী মহাবিদ্যালয়ৰ সহকাৰী  অধ্যাপক পদৰ বাবে পদ খালী

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  5 Jan 2020 11:20 AM GMT

লখিমপুৰ তেলাহী কমলাবাৰী মহাবিদ্যালয়ৰ সহকাৰী অধ্যাপক পদৰ বাবে পদ খালী

লখিমপুৰ তেলাহী কমলাবাৰী মহাবিদ্যালয় সহকাৰী পদৰ বাবে নিযুক্তি :

প্ৰাৰ্থীসকলে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ প্ৰমানপত্ৰৰ লগতে অন্যান্য মানপত্ৰ সমুহ ২০০০ টকাৰ বেংক ড্ৰাফৰ সৈতে অধ্যাপকলৈ প্ৰেৰণ কৰিব লাগিব আৰু এল .টি .কে মহাবিদ্যালয়ৰ এচ. বি . আই যোগে প্ৰেৰণ কৰিব লাগিব । এঙাৰখোৱা (০৮৮৯১) শাখাত যোগ্য প্ৰাৰ্থীসকলে যোগাযোগ কৰিব । সেই প্ৰমানপত্ৰ সমুহৰ ভিত্তিতে যোগ্য প্ৰাৰ্থী বাছনি কৰা হ'ব । উক্ত পদবীত বাবে প্ৰয়োজনীয় তথ্য সমুহ তলত উল্লেখ কৰা হ'ল -

পদৰ নাম - সহকাৰী অধ্যাপক

বিষয় সমূহ :- ১. শিক্ষা - ১ (এজন)

২. ৰাজনীতি বিজ্ঞান - ১ (এজন) ST(P)

পদ খালী - ২টা

বয়স - ৪-১-২০১৯ চনৰ ভিতৰত ৩৮বছৰ হ'ব লাগিব ।

আবেদনৰ অন্তিম তাৰিখ - ১১ জানুৱাৰী ২০২০

প্ৰাৰ্থীসকলে পি আৰ চি ৰ লগতে স্থানীয় ভাষা জনাটো বাঞ্ছনীয়

অধিক তথ্যৰ বাবে তলত উল্লেখ কৰা ৱেবছাইটত চাওক : Click Here

Next Story
চাকৰি