লক্ষীপুৰ মহাবিদ্যালয়  নিযুক্তি, 2020 

লক্ষীপুৰ মহাবিদ্যালয়  নিযুক্তি, 2020 

লক্ষীপুৰ মহাবিদ্যালয় নিযুক্তি, 2020

লক্ষীপুৰ মহাবিদ্যালয় গোৱালপাৰাত সহকাৰী অধ্যাপকৰ খালি পদ পূৰণৰ বাবে ইচ্ছুক প্ৰাৰ্থীৰ পৰা কলেজ কৰ্তৃপক্ষই আবেদন বিচাৰিছে।

পদৰ নাম: সহকাৰী অধ্যাপক (ইংৰাজী, অসমীয়া, আৰবী, বুৰঞ্জী)

পদৰ সংখ্যা: ০৫

বয়স: ৩৮ বছৰ ( ৫ বছৰ এচ টি /এচ চি/পি ডাব্লিউ ডি প্ৰাৰ্থীৰ বাবে ৰেহাই, ৩ বছৰ অবিচি / এম অ বি চি প্ৰাৰ্থীৰ বাবে ৰেহাই)

শিক্ষাগত অৰ্হতা: পি এইচ ডি ডিগ্রী ৰ সৈতে UGC ৰ অধীনত NET/ SLET/ SET উৰ্ত্তীণ হব লাগিব।

আবেদনৰ শেষ তাৰিখ: ১৫/০৩/২০২০

কেনেদৰে আবেদন কৰিব: প্ৰাৰ্থীসকলে আবেদনসমূহ . সৈতে ২৫০০/- টকা ডিমান্ড ড্ৰাফ্ট যোগে Principal, Lakhipur College, Lakhipur payable at The Assam Co-Operative Apex Bank Ltd., Lakhipur Branch rust reach the Principal & Secretary, Lakhipur College ঠিকনাত বিজ্ঞাপন প্ৰকাশৰ ১৫ (২৮/০২/২০২০) দিনৰ ভিতৰত পঠিয়াব লাগিব।

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com