লক্ষ্মীবাঈ নেচেনেল ইনস্টিটিউট অফ ফিজিক্যাল ইডুকেশন ত (LNIPE) নিযুক্তি ২০২০

লক্ষ্মীবাঈ নেচেনেল ইনস্টিটিউট অফ ফিজিক্যাল ইডুকেশন ত (LNIPE) নিযুক্তি ২০২০
লক্ষ্মীবাঈ নেচেনেল ইনস্টিটিউট অফ ফিজিক্যাল ইডুকেশনত ইচ্ছুক প্ৰার্থীৰ নিযুক্তিৰ বাবে আবেদন বিচাৰিছে
পদ সমূহ ক্ৰমে:-
১)শাৰীৰিক শিক্ষা ( সহযোগী অধ্যাপক)
পদ খালী: ০১
চাকৰিৰ স্থান :গৌৱালিয়ৰ
২)শাৰীৰিক শিক্ষা ( সহকাৰী অধ্যাপক)
পদ খালী: ০৬
চাকৰিৰ স্থান : গৌৱালিয়ৰ-৪ গুৱাহাটী-২
৩)ব্যায়াম শৰীৰ ক্ৰীড়া বিজ্ঞান (সহকাৰী অধ্যাপক)
পদ খালী: ০১
চাকৰিৰ স্থান: গৌৱালিয়ৰ
৪)স্বাস্থ্য শিক্ষা ( সহকাৰী অধ্যাপক)
পদ খালী: ০১
চাকৰিৰ স্থান: গৌৱালিয়ৰ
৫)মেডিচিন ( সহকাৰী অধ্যাপক)(মহিলা প্ৰার্থী)
পদ খালী: ০১
চাকৰিৰ স্থান: গৌৱালিয়ৰ
৬) ফিজিঅথেৰাপী (সহকাৰী অধ্যাপক)
পদ খালী: ০১
চাকৰিৰ স্থান: গৌৱালিয়ৰ
৭)লাইবেৰী এসিসটেণ্ট পদৰ বাবে
পদ খালী:০১
চাকৰিৰ স্থা: গৌৱালিয়ৰ
৮) ৰেজিস্ট্ৰাৰ পদৰ বাবে
পদ খালী: ০১
চাকৰিৰ স্থান: গৌৱালিয়ৰ
৯)ফাইনান্স অফিচাৰ পদৰ বাবে
পদ খালী: ০১
চাকৰিৰ স্থান:গৌৱালিয়ৰ
১০) ডেপুটি ৰেজিস্ট্ৰাৰ পদৰ বাবে
পদ খালী: ০১
চাকৰিৰ স্থান: গৌৱালিয়ৰ
১১)এসিসটেণ্ট ৰেজিস্ট্ৰাৰ পদৰ বাবে
পদ খালী: ০২
পৌষ্টিং চেণ্টাৰ: গৌৱালিয়ৰ
কেনেদৰে আৱেদন জনাব : অনলাইন আবেদন -Applicants are advised to submit online applications against each post to the Institute well in advance.
– The candidates desire to be considered for the post at Gwalior as well as NERC, Guwahati, wilt be required to submit applications separately.
– The applicants shall ensure to submit duly filled application form online on or before 30th May,2020.
আবেদনৰ অন্তিম তাৰিখ:৩০-০৫-২০২০
অধিক তথ্যৰ বাবে তলত উল্লেখ কৰা বিভাগীয় ৱেবছাইটত চাওক :click here
অন্য খবৰৰ বাবে পঢ়ক: জ্ঞানমাৰ্গ একাডেমী ,নুমলীগড় নিযুক্তি ২০২০