Begin typing your search above and press return to search.
কামৰূপ (এম) গুৱাহাটী নিযুক্তি ২০২০

কামৰূপ (এম) গুৱাহাটী নিযুক্তি ২০২০
MACT no 3, কামৰূপ (এম) ত ইচ্ছুক প্ৰাৰ্থীৰ পৰা ছেৰিষ্টাদাৰ পদৰ বাবে আবেদন বিছাৰিছে।
পদৰ নাম - ছেৰিষ্টদাৰ ।
পদৰ সংখ্যা-০১
দৰমহা- ৩০,০০০ ৰ পৰা ১,১০,০০০
যোগ্যতা - ছেৰিষ্টদাৰ পদৰ বাবে ইচ্ছুক প্ৰাৰ্থীয়ে যিকোনো বিষয়ত স্নাতক ডিগ্ৰীধাৰী হ'ব লগিব।
কেনেদৰে আৱেদন জনাব : সঠিক মাধ্যমৰ সহায়ত আৱেদন জনাব লাগিব।
৩০-০৪-২০২০ ৰ আগত আবেদন জমা কৰিব লাগিব।
অন্তিম তাৰিখ-৩০-০৪-২০২০
অন্য খবৰ পঢ়ক: ভাৰতীয় খাদ্য সুৰক্ষা আৰু মানক কতৃপক্ষ নিযুক্তি ২০২০
Next Story