মাধৱ চৌধুৰী মহাবিদ্যালয় নিযুক্তি ২০২০

মাধৱ চৌধুৰী মহাবিদ্যালয় নিযুক্তি ২০২০
Published on

মাধৱ চৌধুৰী মহাবিদ্যালয় নিযুক্তি ২০২০

মাধৱ চৌধুৰী মহাবিদ্যালয় কতৃপক্ষই বিভিন্ন বিভাগৰ সহকাৰী অধ্যাপক পদৰ বাবে ইচ্ছুক প্ৰাৰ্থীৰ পৰা আবেদন বিছাৰিছে।

পদৰ নাম ‌- সহকাৰী অধ্যাপক ( ভুগোল)

পদৰ সংখ্যা- ০১

বয়স - ৩৮

শিক্ষাগত অৰ্হতা- উক্ত বিষয়ত প্ৰাৰ্থীৰ স্নাতকোত্তৰত ৫৫% নম্বৰ থাকিব লাগিব। ( এছ চি/ এছ টি/ পি ডব্লিউ ডিৰ বাবে ৫০% ) লগতে Net/Selt/set ত উৰ্ত্তীণ হ'ব লাগিব।

অভিজ্ঞতা- নাই

দৰমহা - ৩৭,৪০০ ৰ পৰা ৬৭,০০০

পদৰ নাম- সহকাৰী অধ্যাপক (অৰ্থনীতি)

পদৰ সংখ্যা - ০১

বয়স- ৩৪

শিক্ষাগত অৰ্হতা- উক্ত বিষয়ত প্ৰাৰ্থীৰ স্নাতকোত্তৰত ৫৫% নম্বৰ থাকিব লাগিব। ( এছ চি/ এছ টি/ পি ডব্লিউ ডিৰ বাবে ৫০% ) লগতে Net/Selt/set ত উৰ্ত্তীণ হ'ব লাগিব।

অভিজ্ঞতা-নাই

দৰমহা -৩৭,৪০০ ৰ পৰা ৬৭,০০০

পদৰ নাম- সহকাৰী অধ্যাপক (অসমীয়া)

পদৰ সংখ্যা- ০১

বয়স -৩৮

শিক্ষাগত অৰ্হতা- উক্ত বিষয়ত প্ৰাৰ্থীৰ স্নাতকোত্তৰত ৫৫% নম্বৰ থাকিব লাগিব। ( এছ চি/ এছ টি/ পি ডব্লিউ ডিৰ বাবে ৫০% ) লগতে Net/Selt/set ত উৰ্ত্তীণ হ'ব লাগিব।

অভিজ্ঞতা-নাই

দৰমহা - ৩৭,৪০০ ৰ পৰা ৬৭,০০০

পদৰ নাম- সহকাৰী অধ্যাপক (ইংৰাজী)

পদৰ সংখ্যা- ০১

বয়স -৩৮

শিক্ষাগত অৰ্হতা- উক্ত বিষয়ত প্ৰাৰ্থীৰ স্নাতকোত্তৰত ৫৫% নম্বৰ থাকিব লাগিব। ( এছ চি/ এছ টি/ পি ডব্লিউ ডিৰ বাবে ৫০% ) লগতে Net/Selt/set ত উৰ্ত্তীণ হ'ব লাগিব।

অভিজ্ঞতা-নাই

দৰমহা - ৩৭,৪০০ ৰ পৰা ৬৭,০০০

বাচনি প্ৰক্ৰিয়া: প্ৰাৰ্থী সকলক মহাবিদ্যালয় কতৃপক্ষই তেওঁলোকৰ সাক্ষাৎকাৰৰ ভিত্তিত নিৰ্বাচন কৰিব ।

কেনেদৰে আৱেদন জনাব: ইচ্ছুক প্ৰাৰ্থী সকলে তেওঁলোকৰ প্ৰয়োজনীয় নথি পত্ৰ ২০০০ টকাৰ সৈতে M.C. College, Barpeta Payable at Apex Bank, Barpeta Branch must reach the office of the to the “Principal /Secretary, M.C. College, Barpeta P.O. & Dist: Barpeta PIN-781301 (Assam)” পঠাব লাগিব।

অন্তিম তাৰিখ- ১৮/০৩/২০২০

সৱিশেষ জানিবলৈ: Click Here

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com