Begin typing your search above and press return to search.

মাজুলী মহাবিদ্যালয় নিযুক্তি ২০২০

মাজুলী মহাবিদ্যালয় নিযুক্তি ২০২০

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  6 March 2020 10:36 AM GMT

মাজুলী মহাবিদ্যালয় নিযুক্তি ২০২০,

মাজুলী মহাবিদ্যালয়ত অৰ্থনীতি বিভাগত সহকাৰী অধ্যাপকৰ খালী পদ পূৰণৰ বাবে কতৃপক্ষই ইচ্ছুক প্ৰাৰ্থীৰ পৰা আবেদন বিছাৰিছে ।

পদৰ নাম - সহকাৰী অধ্যাপক ( অৰ্থনীতি)

পদৰ সংখ্যা- ০১

বয়স - ৩৮ বছৰ

শিক্ষাগত অৰ্হতা - উক্ত বিষয়ত প্ৰাৰ্থীয়ে স্নাতকোত্তৰত ৫৫% নম্বৰৰ সহায়ত উৰ্ত্তীণ হ'ব লগিব । এছ টি/ এছ চি/ পি ডব্লিউ ডিৰ বাবে ৫০% । তদুপৰি প্ৰাৰ্থীয়ে Net/selt/set ত উৰ্ত্তীণ হ'ব লাগিব।

অভিজ্ঞতা - নতুন প্ৰাৰ্থীয়েও আবেদন কৰিব পাৰিব ।

দৰমহা - ৫৭,৭০০ ৰ পৰা ১,৮২,৪০০

বাচনি প্ৰক্ৰিয়া - কতৃপক্ষৰ লগত হোৱা সাক্ষাৎকাৰৰ ভিত্তিত প্ৰাৰ্থী বাচনি কৰা হ'ব।

আবেদন প্ৰক্ৰিয়া - ইচ্ছুক প্ৰাৰ্থী সকলে তেওঁলোকৰ আবেদন চেল্ফ এটাচটেড কপি, আৰু প্ৰয়োজনীয় নথি পত্ৰৰ লগত ২০০০ টকাৰ সৈতে Majuli College, payable at United Bank of India, Kamalabari Branch must reach the office to the “Principal & Secretary MAJULI COLLEGE P.O. Kamalabari, Dist. Majuli PIN: 785106” . পঠাব লাগিব।

আবেদনৰ শেষ তাৰিখ: ১০/০৩/২০২০

সবিশেষ জনাৰ বাবে : Click Here

অন্য খবৰৰ বাবে পঢ়ক: উত্তৰ লখিমপুৰ মহাবিদ্যালয়ত নিযুক্তি ২০২০

Next Story
চাকৰি