Begin typing your search above and press return to search.

কাৰো হৃদয়ত আঘাত নিদিয়ে এইজন দৰাই:গতিকে বিয়া পাতিলে দুগৰাকী প্ৰেমিকাক

কাৰো হৃদয়ত আঘাত নিদিয়ে এইজন দৰাই:গতিকে বিয়া পাতিলে দুগৰাকী প্ৰেমিকাক

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  27 Aug 2019 1:11 PM GMT

কাৰো হৃদয়ত আঘাত নিদিয়ে এইজন দৰাই ৷ ইণ্ডোনেছিয়াত সংঘটিত হৈছে এক আমোদ জনক ঘটনা ৷ এজন যুৱক বিবাহ পাশত আৱদ্ধ হ’ল তেওঁৰেই দুগৰাকী প্ৰেমিকা লগত ৷ কাৰণ যুৱক জনে দুয়োগৰাকী প্ৰেমিকাৰ মনত আঘাত দিব নিবিচাৰিল ৷

সেয়েহে বিয়া পাতিলে দুয়োগৰাকীক। সম্প্ৰতি যুৱকজন আৰু দুয়োগৰাকী কইনাৰ ফটোৱে সম্প্ৰতি ছ’চিয়েল মিডিয়াত চৰ্চা লাভ কৰিছে ৷অৱশ্যে ইণ্ডোনেছিয়াত বহুবিবাহ নতুন কথা নহয় ৷

কিন্তু প্ৰেমিকা দুগৰাকীৰ প্ৰতি যুৱকজনৰ ভাষ্যহে গুৰুত্ব লাভ কৰিছে সৰ্বত্ৰে ৷ যুৱক জনৰ মন্তব্য অনুসৰি মই কোনো এগৰাকীৰে হৃদয় ভাঙিব নিবিচাৰো ৷গতিকে মই সিদ্ধান্ত গ্ৰহণ কৰিলো যে মই দুয়োগৰাকীকে বিয়া পাতিম ৷ইফালে ছ’চিয়েল মিডিয়াত দেখা পোৱা ফ’টো সমূহত দুয়োগৰাকী যুৱতীৰ মাজত যুৱকজনক বহি থকা দেখিবলৈ পোৱা গৈছে ৷

দুয়োগৰাকী কইনাৰ মুখত ফুটি উটিছে আনন্দৰ ভাৱধাৰা ৷তেওঁলোকে দুয়োগৰাকীৰ মুখত এজন দৰাৰ সন্দৰ্ভত কোনো ভাব ফুটি উঠা নাই ৷ গতিকে এনেধৰণৰ বিবাহৰ সন্দৰ্ভত কি ক’ব আপুনি ?

অধিক খবৰৰ বাবে পঢ়ক:টিক টকত ভিডিঅ কৰি চৰ্চিত বলীউডৰ ভাইজান ছলমান খান

ভিডিঅ প্ৰতক্ষ্য কৰক:New Members join BJP in presence of Union Minister General VK Singh (Retd)

Next Story
চাকৰি