Begin typing your search above and press return to search.
মনোহাৰী দেৱী কানৈ ছোৱালী মহাবিদ্যালয়ত নিযুক্তি

মনোহাৰী দেৱী কানৈ ছোৱালী মহাবিদ্যালয়ত নিযুক্তি
মনোহাৰী দেৱী কানৈ ছোৱালী মহাবিদ্যালয়ত ইচ্ছুক প্ৰাৰ্থীৰ পৰা সহকাৰী অধ্যাপক পদৰ বাবে আবেদন বিচাৰিছে।
পদৰ নাম: সহকাৰী অধ্যাপক
পদৰ সংখ্যা: ০১
বয়স : ৩৮ বছৰ
শিক্ষাগত অৰ্হতা: As per Govt. O.M, No. AHE407/2017/ 44 dtd. 08.11.2018.
কেনেদৰে আবেদন কৰিব: প্ৰাৰ্থীসকলে বাইঅ ডাটা আৰু আবেদন সমূহ ২৫০০/- টকা ডিমান্ড ড্ৰাফ্ট যোগে
Principal, MDKG college payable at SBI, Dibrugarh (IFSC SBINO000071) Thana Chariali Branch must be submitted to the Principal, MDKG college ঠিকনাত বিজ্ঞাপন প্ৰকাশনৰ( 22/02/2020) ১৫ দিনৰ ভিতৰত পঠিয়াব লাগিব।
আবেদনৰ শেষ তাৰিখ: ০৯/০৩/২০২০
সবিশেষ জানিবলৈ : Click here
অন্য খবৰৰ বাবে পঢ়ক : ৰত্নপীঠ মহাবিদ্যালয় ধুবুৰীত সহকাৰী অধ্যাপক পদত নিযুক্তি ২০২০
Next Story