Begin typing your search above and press return to search.

এন এন শইকীয়া মহাবিদ্যালয় নিযুক্তি 2020

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  12 March 2020 8:57 AM GMT

এন এন শইকীয়া মহাবিদ্যালয় নিযুক্তি 2020

নন্দ নাথ শইকীয়া মহাবিদ্যালয় কতৃপক্ষই বিভিন্ন বিভাগৰ সহকাৰী অধ্যাপক পদৰ বাবে ইচ্ছুক প্ৰাৰ্থীৰ পৰা আবেদন বিছাৰিছে।

পদৰ নাম- পদাৰ্থ বিজ্ঞান

পদৰ সংখ্যা- ০2

বয়স -৩৮

শিক্ষাগত অৰ্হতা- উক্ত বিষয়ত প্ৰাৰ্থীয়ে স্নাতকোত্তৰত ৫৫% নম্বৰৰ সহায়ত উৰ্ত্তীণ হ’ব লাগিব। ( এছ চি/ এছ টি/ পি ডব্লিউ ডিৰ বাবে ৫০% ) লগতে Net/Selt/set ত উৰ্ত্তীণ হ’ব লাগিব।

দৰমহা -৩৭,৪০০ ৰ‌ পৰা ৬৭,০০০

পদৰ নাম-গণিত

পদৰ নাম-ভুগোল

পদৰ সংখ্যা- ০১

পদৰ নাম-প্ৰাণীবিদ্যা

পদৰ সংখ্যা- ০৩

বয়স -৩৮

শিক্ষাগত অৰ্হতা- উক্ত বিষয়ত প্ৰাৰ্থীয়ে স্নাতকোত্তৰত ৫৫% নম্বৰৰ সহায়ত উৰ্ত্তীণ হ’ব লাগিব। ( এছ চি/ এছ টি/ পি ডব্লিউ ডিৰ বাবে ৫০% ) লগতে Net/Selt/set ত উৰ্ত্তীণ হ’ব লাগিব।

দৰমহা -৩৭,৪০০ ৰ‌ পৰা ৬৭,০০০

পদৰ নাম-উদ্ভিদ বিজ্ঞান

পদৰ নাম -ৰাসায়ন বিজ্ঞান

পদৰ সংখ্যা- ০১

বয়স -৩৮

শিক্ষাগত অৰ্হতা- উক্ত বিষয়ত প্ৰাৰ্থীয়ে স্নাতকোত্তৰত ৫৫% নম্বৰৰ সহায়ত উৰ্ত্তীণ হ’ব লাগিব। ( এছ চি/ এছ টি/ পি ডব্লিউ ডিৰ বাবে ৫০% ) লগতে Net/Selt/set ত উৰ্ত্তীণ হ’ব লাগিব।

দৰমহা -৩৭,৪০০ ৰ‌ পৰা ৬৭,০০০

বাচনি প্ৰক্ৰিয়া- প্ৰাৰ্থী সকলক মহাবিদ্যালয় কতৃপক্ষই তেওঁলোকৰ সাক্ষাৎকাৰৰ ভিত্তিত নিৰ্বাচন কৰিব ।

আবেদন প্ৰক্ৰিয়া- প্ৰাৰ্থীয়ে তেওঁলোকৰ উপযুক্ত নথি পত্ৰ ২০০০ টকাৰ সহায়ত N. N. Saikia College, P.O.Titabar.-785630 Dist. Jorhat, Assam পঠিয়াব লাগিব।

অন্তিম তাৰিখ- ১৯/০৩/২০২০

সৱিশেষ জানিবলৈ: Click Here

অন্য খবৰৰ বাবে পঢ়ক: এন এন শইকীয়া মহাবিদ্যালয় নিযুক্তি 2020

Next Story
চাকৰি