নৱজ্যোতি কলেজ,কলগাচিয়াত নিযুক্তি ২০২০

নৱজ্যোতি কলেজ,কলগাচিয়াত নিযুক্তি ২০২০

নৱজ্যোতি কলেজ,কলগাচিয়াত নিযুক্তি ২০২০

নৱজ্যোতি কলেজ,কলগাচিয়াত সহকাৰী অধ্যাপকৰ খালি পদসমূহ পূৰণৰ বাবে ইচ্ছুক প্ৰাৰ্থীৰ পৰা আবেদন বিচাৰিছে।

পদৰ নাম : সহকাৰী অধ্যাপক, ইংৰাজী

পদৰ সংখ্যা: ০১ (অবিচি/ এম অ বি চি)

পদৰ নাম: সহকাৰী অধ্যাপক, অসমীয়া

পদৰ সংখ্যা: ০১ (এছ টি)

পদৰ নাম: সহকাৰী অধ্যাপক, বুৰঞ্জী

পদৰ সংখ্যা: ০১ (এছ টি)

পদৰ নাম: সহকাৰী অধ্যাপক,আৰবী

পদৰ সংখ্যা: ০১ (অ বি চি /এম অ বি চি)

পদৰ নাম: সহকাৰী অধ্যাপক,পদার্থবিজ্ঞান

পদৰ সংখ্যা: ০২ (অ বি চি / এম অ বি চি)

পদৰ নাম: সহকাৰী অধ্যাপক,উদ্ভিদ বিজ্ঞান

পদৰ সংখ্যা: ০১ (অ বি চি/এম অ বি চি)

পদৰ নাম: সহকাৰী অধ্যাপক, প্ৰাণী বিজ্ঞান

পদৰ সংখ্যা: ০১ (অ বি চি/এম অ বি চি)

শিক্ষাগত অৰ্হতা: ৫৫ % নম্বৰসহ স্নাতকোত্তৰ উত্তীর্ণ, পি. এইচ ডি ডিগ্রী, লগতে UGC ৰ অধীনৰ NET/SLET/SET উত্তীর্ণ।

বয়স: নূন্যতম ৩৮ বছৰ ( ৫ বছৰ এচ চি/এচ টি/ পি ডাব্লিউ ডি প্ৰাৰ্থীৰ বাবে, ৩ বছৰ অ বি তি এম অ বি চি প্ৰাৰ্থীৰ বাবে)

দৰমহা: ইউ জি চি নিয়ম অনুসৰি প্ৰদান কৰা হব।

কেনেদৰে আবেদন কৰিব: প্ৰাৰ্থীসকলে ডিমান্ড ড্ৰাফ যোগে ২৫০০/- টকা Principal, Nabajyoti College, Kalgachia” payable at SBI Kalgachia Branch ঠিকনাত বিজ্ঞাপন প্ৰাকশনৰ ১৫ দিনৰ ভিতৰত পঠিয়াব লাগিব.

আবেদনৰ শেষ তাৰিখ: ২৭/০২/২০২০

ঠিকনা: Principal & Secretary, Nabajyoti College, Kalgachia, P.O. Kalgachia, Dist: Barpeta, Assam Pin: 781319

সবিশেষ জানিবলৈ : Click here

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com