নলবাৰী মহাবিদ্যালয় নিযুক্তি ২০২০
নলবাৰী মহাবিদ্যালয় কতৃপক্ষই সহকাৰী অধ্যাপক পদৰ বাবে ইচ্ছুক প্ৰাৰ্থীৰ পৰা আবেদন বিছাৰিছে।
পদৰ নাম - সহকাৰী অধ্যাপক ( ৰাসায়ন বিজ্ঞান)
পদৰ সংখ্যা- ০২
অৰ্হতা - উক্ত বিষয়ত প্ৰাৰ্থীৰ স্নাতকোত্তৰত ৫৫% নম্বৰ থাকিব লাগিব। ( এছ চি/ এছ টি/ পি ডব্লিউ ডিৰ বাবে ৫০% ) লগতে Net/Selt/set ত উৰ্ত্তীণ হ’ব লাগিব।প্ৰাৰ্থীৰ পি এইচ ডি ডিগ্ৰীধাৰী হ’ব লগিব । পি আৰ চি থাকিব লাগিব লগতে স্থানীয় ভাষা জানিব লাগিব ।
বয়স - ৩৮ , এছ টি/এছ চি/অবিচি/ এম অ বি চিৰ বাবে ৫ বছৰ ৰেহাই ।
পদৰ নাম - পৰিসংখ্যা বিজ্ঞান
পদৰ নাম - সহকাৰী অধ্যাপক ( ৰাসায়ন বিজ্ঞান)
পদৰ সংখ্যা- ০১
অৰ্হতা - উক্ত বিষয়ত প্ৰাৰ্থীৰ স্নাতকোত্তৰত ৫৫% নম্বৰ থাকিব লাগিব। ( এছ চি/ এছ টি/ পি ডব্লিউ ডিৰ বাবে ৫০% ) লগতে Net/Selt/set ত উৰ্ত্তীণ হ’ব লাগিব।প্ৰাৰ্থীৰ পি এইচ ডি ডিগ্ৰীধাৰী হ’ব লগিব । পি আৰ চি থাকিব লাগিব লগতে স্থানীয় ভাষা জানিব লাগিব ।
বয়স - ৩৮ , এছ টি/এছ চি/অবিচি/ এম অ বি চিৰ বাবে ৫ বছৰ ৰেহাই ।
কেনেদৰে আৱেদন জনাব : প্ৰাৰ্থীয়ে তেওঁলোকৰ উপযুক্ত নথি পত্ৰ ২০০০ টকাৰ সহায়ত Nalbari, payable at SBI, Nalbari Branch must reach the Principal, Nalbari College ২৫/০৩/২০২০ ৰ আগত পঠিয়াব লাগিব।
অন্তিম তাৰিখ -২৫/০৩/২০২০
সৱিশেষ জানিবলৈ:
অন্য খবৰৰ বাবে পঢ়ক: অসম আৰক্ষীত জেল ৱাৰডাৰ পদত নিযুক্তি ২০২০