নলবাৰী মহাবিদ্যালয় নিযুক্তি ২০২০

নলবাৰী মহাবিদ্যালয় নিযুক্তি ২০২০

নলবাৰী মহাবিদ্যালয় নিযুক্তি ২০২০

নলবাৰী মহাবিদ্যালয় কতৃপক্ষই সহকাৰী অধ্যাপক পদৰ বাবে ইচ্ছুক প্ৰাৰ্থীৰ পৰা আবেদন বিছাৰিছে।

পদৰ নাম - সহকাৰী অধ্যাপক ( ৰাসায়ন বিজ্ঞান)

পদৰ সংখ্যা- ০২

অৰ্হতা - উক্ত বিষয়ত প্ৰাৰ্থীৰ স্নাতকোত্তৰত ৫৫% নম্বৰ থাকিব লাগিব। ( এছ চি/ এছ টি/ পি ডব্লিউ ডিৰ বাবে ৫০% ) লগতে Net/Selt/set ত উৰ্ত্তীণ হ’ব লাগিব।প্ৰাৰ্থীৰ পি এইচ ডি ডিগ্ৰীধাৰী হ’ব লগিব । পি আৰ চি থাকিব লাগিব লগতে স্থানীয় ভাষা জানিব লাগিব ।

বয়স - ৩৮ , এছ টি/এছ চি/অবিচি/ এম অ‌ বি চিৰ বাবে ৫ বছৰ ৰেহাই ।

পদৰ নাম - পৰিসংখ্যা বিজ্ঞান

পদৰ নাম - সহকাৰী অধ্যাপক ( ৰাসায়ন বিজ্ঞান)

পদৰ সংখ্যা- ০১

অৰ্হতা - উক্ত বিষয়ত প্ৰাৰ্থীৰ স্নাতকোত্তৰত ৫৫% নম্বৰ থাকিব লাগিব। ( এছ চি/ এছ টি/ পি ডব্লিউ ডিৰ বাবে ৫০% ) লগতে Net/Selt/set ত উৰ্ত্তীণ হ’ব লাগিব।প্ৰাৰ্থীৰ পি এইচ ডি ডিগ্ৰীধাৰী হ’ব লগিব । পি আৰ চি থাকিব লাগিব লগতে স্থানীয় ভাষা জানিব লাগিব ।

বয়স - ৩৮ , এছ টি/এছ চি/অবিচি/ এম অ‌ বি চিৰ বাবে ৫ বছৰ ৰেহাই ।

কেনেদৰে আৱেদন জনাব : প্ৰাৰ্থীয়ে তেওঁলোকৰ উপযুক্ত নথি পত্ৰ ২০০০ টকাৰ সহায়ত Nalbari, payable at SBI, Nalbari Branch must reach the Principal, Nalbari College ২৫/০৩/২০২০ ৰ আগত পঠিয়াব লাগিব।

অন্তিম তাৰিখ -২৫/০৩/২০২০

সৱিশেষ জানিবলৈ:

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com