চাকৰি

নলবাৰী মহাবিদ্যালয় নিযুক্তি ২০২০

নলবাৰী

নলবাৰী মহাবিদ্যালয় নিযুক্তি ২০২০

নলবাৰী মহাবিদ্যালয় কতৃপক্ষই সহকাৰী অধ্যাপক পদৰ বাবে ইচ্ছুক প্ৰাৰ্থীৰ পৰা আবেদন বিছাৰিছে।

পদৰ নাম – সহকাৰী অধ্যাপক ( ৰাসায়ন বিজ্ঞান)
পদৰ সংখ্যা- ০২
অৰ্হতা – উক্ত বিষয়ত প্ৰাৰ্থীৰ স্নাতকোত্তৰত ৫৫% নম্বৰ থাকিব লাগিব। ( এছ চি/ এছ টি/ পি ডব্লিউ ডিৰ বাবে ৫০% ) লগতে Net/Selt/set ত উৰ্ত্তীণ হ’ব লাগিব।প্ৰাৰ্থীৰ পি এইচ ডি ডিগ্ৰীধাৰী হ’ব লগিব । পি আৰ চি থাকিব লাগিব লগতে স্থানীয় ভাষা জানিব লাগিব ।
বয়স – ৩৮ , এছ টি/এছ চি/অবিচি/ এম অ‌ বি চিৰ বাবে ৫ বছৰ ৰেহাই ।

পদৰ নাম – পৰিসংখ্যা বিজ্ঞান

পদৰ নাম – সহকাৰী অধ্যাপক ( ৰাসায়ন বিজ্ঞান)
পদৰ সংখ্যা- ০১
অৰ্হতা – উক্ত বিষয়ত প্ৰাৰ্থীৰ স্নাতকোত্তৰত ৫৫% নম্বৰ থাকিব লাগিব। ( এছ চি/ এছ টি/ পি ডব্লিউ ডিৰ বাবে ৫০% ) লগতে Net/Selt/set ত উৰ্ত্তীণ হ’ব লাগিব।প্ৰাৰ্থীৰ পি এইচ ডি ডিগ্ৰীধাৰী হ’ব লগিব । পি আৰ চি থাকিব লাগিব লগতে স্থানীয় ভাষা জানিব লাগিব ।
বয়স – ৩৮ , এছ টি/এছ চি/অবিচি/ এম অ‌ বি চিৰ বাবে ৫ বছৰ ৰেহাই ।

কেনেদৰে আৱেদন জনাব : প্ৰাৰ্থীয়ে তেওঁলোকৰ উপযুক্ত নথি পত্ৰ ২০০০ টকাৰ সহায়ত  Nalbari, payable at SBI, Nalbari Branch must reach the Principal, Nalbari College ২৫/০৩/২০২০ ৰ আগত পঠিয়াব লাগিব।

অন্তিম তাৰিখ -২৫/০৩/২০২০

সৱিশেষ জানিবলৈ:

অন্য খবৰৰ বাবে পঢ়ক: অসম আৰক্ষীত জেল ৱাৰডাৰ পদত নিযুক্তি ২০২০