Begin typing your search above and press return to search.
নলবাৰী ডেভলপমেন্ট অথৰিটি নিযুক্তি ২০২০

নলবাৰী ডেভলপমেন্ট অথৰিটি নিযুক্তি ২০২০ । সাক্ষাৎকাৰ অনুষ্ঠিত হ'ব ২০২০ চনৰ ২৯ জানুৱাৰী তাৰিখে দিনৰ ১১ বজাত নলবাৰী ডেভলপমেন্ট অথৰিটিৰ অধ্যক্ষৰ কাৰ্যালয়ত ।
পদৰ নাম- জুনিয়ৰ ইঞ্জিনিয়াৰ
অৰ্হতা - কম্পিউটাৰ এপ্লিকেচনত স্নাতকোত্তৰ/ ডিপ্লমা। ১ বছৰৰ অভিজ্ঞতা এম চি অফিচ ইন্টাৰনেটত ।
পদৰ সংখ্যা- ১
দৰমহা - ১২,০০০
পদৰ নাম : কম্পিউটাৰ অপাৰেটৰ
অৰ্হতা - কম্পিউটাৰ এপ্লিকেচনত স্নাতকোত্তৰ/ ডিপ্লমা। ১ বছৰৰ অভিজ্ঞতা এম চি অফিচ ইন্টাৰনেটত ।
পদৰ সংখ্যা- ১
দৰমহা -১০,০০০
সাক্ষাৎকাৰ: ২৯/০১/২০২০
কেনেদৰে আৱেদন কৰিব ?
আৱেদন কাৰীয়ে অভিজ্ঞতা অবিহনে আৱেদন কৰিব নোৱাৰিব । যদি কোনো লোকে ভুল তথ্য জমা কৰে তেন্তে তেওঁক বাতিল কৰা হ'ব।
অধিক তথ্যৰ বাবে তলত উল্লেখ কৰা বিভাগীয় ৱেবছাইটত চাওক : Click Here
অন্য খবৰৰ বাবে পঢ়ক : ৰিজিয়নেল মেডিকেল ৰিচাৰ্ছ চেন্টাৰ, উত্তৰ পূৰ্বাঞ্চলৰ নিযুক্তি
Next Story