ৰাষ্ট্ৰীয় চলচিত্ৰ বঁটা : শ্ৰেষ্ঠ অসমীয়া ছবিৰ সন্মান "বুলবুল কেন সিং" লৈ: উৰি, আন্ধাধুনলৈ সন্মান

ৰাষ্ট্ৰীয় চলচিত্ৰ বঁটা : শ্ৰেষ্ঠ অসমীয়া ছবিৰ সন্মান "বুলবুল কেন সিং" লৈ: উৰি, আন্ধাধুনলৈ সন্মান

৬৬ সংখ্যাক ৰাষ্ট্ৰীয় চলচিত্ৰ বঁটা আজি ঘোষণা কৰা হয়। পূৰ্বতকৈ এইবাৰ পলমকৈ ঘোষণা কৰা হয় ৰাষ্ট্ৰীয় চলচিত্ৰ বঁটা ।

ৰাষ্ট্ৰীয় চলচিত্ৰ বঁটাত " উৰি " ছবি খনে লাভ কৰে ৪ টাকৈ সন্মান । শ্ৰেষ্ঠ হিন্দী চলচিত্ৰ সন্মান লাভ কৰে "আন্ধাধুনে" । অসমীয়া শ্ৰেষ্ঠ ছবিৰ সন্মান লাভ কৰিছে বুলবুল কেন সিঙে । শ্ৰেষ্ঠ ন'ন ফিচাৰ ছবি বিভা বাক্সীৰ Son Rise আৰু অজয় আৰু বিজয় বেদীৰ " The Secret Life of Frogs" । শ্ৰেষ্ঠ শৈক্ষিক ছবি Sarala virala" ।

শ্ৰেষ্ঠ পৰিচালক - Uri: The Surgical Strike ৰ পৰিচালক আদিত্য ধাৰলৈ ।

শ্ৰেষ্ঠ ফিছাৰ্চ ছবি: অভিষেক শ্বাহৰ Hellaro ।

শ্ৰেষ্ঠ অভিনেতা- Andhadhun ৰ অভিনেতা আয়োচমান খুৰানালৈ আৰু Uri: The Surgical Strike ৰ অভিনেতা বিকি কৌশাল ।

শ্ৰেষ্ঠ অভিনেত্ৰীৰ সন্মান লাভ কৰে কৃৰ্থি সুৰেশ । Mahanati ত কৰা অভিনয়ৰ বাবে এই সন্মান লাভ কৰে ।

শ্ৰেষ্ঠ সহকাৰী অভিনেতা - Chumbhak ৰ স্বানান্দ কিৰকিৰীলৈ ।

শ্ৰেষ্ঠ সহকাৰী অভিনেত্ৰী - Badhaai ho ত কৰা অভিনয়ৰ বাবে সুৰেশ চিক্ৰীলৈ ।

শ্ৰেষ্ঠ একচনধৰ্মী ছবি :KGF chapter 1 ।

শ্ৰেষ্ঠ কৰিয়গ্ৰাফী: পদ্মাবত ।

শ্ৰেষ্ঠ চিনেমাটগ্ৰাফী- মালায়ালম ছবি উলোৰ এম জি ৰামকৃষ্ণনলৈ ।

শ্ৰেষ্ঠ জনপ্ৰিয় ছবি: Badhaai ho ।

পৰিবেশধৰ্মী শ্ৰেষ্ঠ ছবি: পানী ।

সামাজিক বিষয়ৰ শ্ৰেষ্ঠ ছবি : পেডমেন ।

শ্ৰেষ্ঠ শিশু শিল্পী: পি ভি ৰহিত, সমীপ সিঙ, তালহা আৰ্চাদ ৰিচি, শ্ৰী নিভাষ পকলে ।

শ্ৰেষ্ঠ শিশু চলচিত্ৰ : Sarkari area prathamika shaale kasaragod ।

অসমীয়া শ্ৰেষ্ঠ ছবিৰ সন্মান লাভ কৰিছে বুলবুল কেন সিঙে ।

সংগীতৰ ক্ষেত্ৰত শ্ৰেষ্ঠ কথা(lyrics) : Nathichirami (কানাডা ভাষা) ।

শ্ৰেষ্ঠ সংগীত পৰিচালনা : সঞ্জয় লীলা ভাঞ্চালী । পদ্মাবতৰ বাবে ।

শ্ৰেষ্ঠ সংগীত : উৰি ছবিৰ বাবে ।

শ্ৰেষ্ঠ মহিলা নেপথ্য কন্ঠশিল্পীৰ সন্মান বিন্দুলৈ ।

শ্ৰেষ্ঠ পুৰুষ নেপথ্য কন্ঠশিল্পীৰ সন্মান অৰ্জিত সিঙলৈ ।

শ্ৰেষ্ঠ কষ্টিউম- মাহানতিলৈ ।

ৰাষ্ট্ৰীয় চলচিত্ৰ বঁটাত অসমীয়া শ্ৰেষ্ঠ ছবিৰ সন্মান লাভ কৰিছে বুলবুল কেন সিঙে । মেলব’ৰ্ন ছবি মহোৎসৱত ৰীমা দাসৰ দ্বাৰা নিৰ্মিত ‘বুলবুল কেন ছিং’ ছবিখনে বৃহস্পতি বাৰে শ্ৰেষ্ঠ ভাৰতীয় ছবিৰ সন্মান লাভ কৰে । অষ্ট্ৰেলিয়াৰ ভিক্টোৰিয়াত চলি থকা মেলব’ৰ্ণ ছবি মেলব’ৰ্ণ ছবি মহোৎসৱত এই সন্মান লাভ কৰিবলৈ সক্ষম হৈছে।

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com