নেশ্যনেল হেল্থ মিশ্যনত চিকিৎসা আৰু স্বাস্থ্য বিভাগৰ বিষয়াৰ পদ খালী
পদৰ নামঃ চিকিৎসা আৰু স্বাস্থ্য বিষয়া
অৰ্হতাঃ এম বি বি এচ
খালী হৈ থকা পদৰ সংখ্যাঃ ৫০১
দৰমহাঃ প্ৰতিমাহে ৩০,০০০-১,১০,০০০ টকা
অভিজ্ঞতাঃ ০-১
আবেদনৰ শেষ তাৰিখঃ ১/০৭/২০১৯
ঠিকনাঃ নেশ্যনেল হেল্থ মিশ্যন অসম,শইকীয়া কমাৰ্চিয়েল কমপ্লেক্স বেংক অৱ ইণ্ডিয়া, জি.এচ ৰোড,খ্ৰিষ্টিয়ান বষ্টি,গুৱাহাটী,অসম ৭৮১০০৫ ৷
এই সন্দৰ্ভত অধিক জানিবলৈঃ ক্লিক কৰক