Begin typing your search above and press return to search.

ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধীকৰণত নিযুক্তি ২০২০

ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধীকৰণত নিযুক্তি ২০২০

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  17 Feb 2020 6:53 AM GMT

ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধীকৰণত নিযুক্তি ২০২০

ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধীকৰণত নিযুক্তিৰ বাবে ইচ্ছুক প্ৰাৰ্থীৰ পৰা আবেদন বিচাৰিছে।

পদৰ নাম: চীফ জেনেৰেল মেনেজাৰ

পদৰ সংখ্যা: ০৪ টা

পদৰ নাম: চীফ জেনেৰেল মেনেজাৰ (লিগেল)

পদৰ সংখ্যা: ০১

পদৰ নাম: চীফ জেনেৰেল মেনেজাৰ( ইনফ'ৰমেচন টেকন'লজীৰ)

পদৰ সংখ্যা: ০১

পদৰ নাম: চীফ জেনেৰেল মেনেজাৰ(ইউটিলিটি ছীফটিং)

পদৰ সংখ্যা: ০১

পদৰ নাম: জেনেৰেল মেনেজাৰ (

ফাইনেন্স)

পদৰ সংখ্যা: ০২

পদৰ নাম:জেনেৰেল মেনেজাৰ (লিগেল)

পদৰ সংখ্যা: ০১

পদৰ নাম: জেনেৰেল মেনেজাৰ ( ইনফ'ৰমেচন টেকন'লজী)

পদৰ সংখ্যা: ০২

পদৰ নাম : জেনেৰেল মেনেজাৰ (টেকনিকেল)

পদৰ সংখ্যা: ২০

পদৰ নাম: জেনেৰেল মেনেজাৰ (এনভাইৰনমেন্ট)

পদৰ সংখ্যা: ০১

অনলাইন আবেদনৰ শেষ তাৰিখ: ২০/০২/২০২০

আবেদনসমূহ ৬ মাৰ্চৰ ৬ বজাৰ ভিতৰত পোৱাকৈ পঠাব লাগিব।

সবিশেষ জানিবৰ বাবে www.nhai.gov.in ৱেবছাইটৰ সহায় ল'ব পাৰে।

অধিক তথ্যৰ বাবে তলত উল্লেখ কৰা বিভাগীয় ৱেবছাইটত চাওক : click here

অন্য খবৰৰ বাবে পঢ়ক : কাৰিকৰী শিক্ষা সঞ্চালকৰ কাৰ্যালয়,অসমত নিযুক্তি ২০২০

Next Story
চাকৰি