নেচনেল ইনভেস্টিগেচন এজেন্সি (NIA) ত নিযুক্তি ২০২০

নেচনেল ইনভেস্টিগেচন এজেন্সি (NIA) ত নিযুক্তি ২০২০

নেচনেল ইনভেস্টিগেচন এজেন্সি (NIA) ত নিযুক্তি ২০২০

নেচনেল ইনভেস্টিগেচন এজেন্সিত যিকোনো বিষয়ত স্নাতক প্ৰাৰ্থীৰ পৰা আবেদন বিচাৰিছে।

পদৰ নাম: ডাটা এন্ট্রি অপৰেটৰ

পদৰ সংখ্যা: ১৫

দৰমহা : ২৯,২০০ /- ৰ পৰা - ৯২,৩০০/- টকা প্ৰতি মাহ

কৰ্ম স্থান : ভাৰতবৰ্ষ

আবেদনৰ শেষ তাৰিখ : ০১/০৩/২০২০

বয়স: সৰ্বাধিক ৫৬ বছৰ

ঠিকনা: DIG(Adm), NIA HQ, Opposite CGO Complex, Lodhi Road, New Delhi-110003

বাচনি প্ৰক্ৰিয়া: লিখিত পৰীক্ষা/সাক্ষাৎকাৰ

* প্ৰাৰ্থী সকলে আবেদনৰ শেষ তাৰিখৰ ভিতৰত আবেদনসমূহ জমা দিব লাগিব।

অধিক তথ্যৰ বাবে তলত উল্লেখ কৰা বিভাগীয় ৱেবছাইটত চাওক : Click Here

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com