এন ই ফ্ৰেছ(NEFresh),গুৱাহাটী ত নিযুক্তি২০২০
এন ই ফ্ৰেছ (NEFresh),গুৱাহাটী সংস্থাটোৱে ( delivers the freshest quality of fish and seafood to customers) গ্ৰাহকসেৱাৰ বাবে ইচ্ছুক প্ৰাৰ্থী ৰ পৰা আবেদন বিচাৰিছে।
১/ ছেলচ এগজিকিউটিভ
পদৰ সংখ্যা:০৪
শিক্ষাগত অৰ্হতা: এম বি এ (MBA)
অভিজ্ঞতা: অভিজ্ঞতা অনুসৰি প্ৰাৰ্থীক অগ্রাধিকাৰ দিয়া হব।
২/ কাষ্টোমাৰ কেয়াৰ এগজিকিউটিভ
পদৰ সংখ্যা:০৫
শিক্ষাগত অৰ্হতা: এম বি এ (MBA)/ স্নাতক
অভিজ্ঞতা: অভিজ্ঞতা অনুসৰি প্ৰাৰ্থীক অগ্রাধিকাৰ দিয়া হব।
৩/ডেলিভাৰী পাৰ্টনাৰ
পদৰ সংখ্যা:২০
শিক্ষাগত অৰ্হতা: NA
* নিজৰ গাড়ী তথা নথিপত্ৰ হব লাগিব।
অভিজ্ঞতা: অভিজ্ঞতা অনুসৰি প্ৰাৰ্থীক অগ্রাধিকাৰ দিয়া হব।
পোষ্টৰ ঠাই: গুৱাহাটী
: আবেদনকাৰী সকলে চিভি সমূহ hr@nefresh.in ত মেইল কৰিব লাগিব ।
অন্য খবৰৰ বাবে পঢ়ক : অসম কৃষি বিশ্ববিদ্যালয়ত নিযুক্তি ২০২০