নুমলীগড় শোধানাগাৰত নিযুক্তি ২০২০

নুমলীগড় শোধানাগাৰত নিযুক্তি ২০২০

নুমলীগড় শোধানাগাৰত নিযুক্তি ২০২০

নুমলীগড় শোধানাগাৰত ১০১টা শিক্ষানবিচৰ পদত নিযুক্তিৰ বাবে অৰ্হতাসম্পন্ন প্ৰাৰ্থীৰ পৰা আবেদন বিচাৰিছে।

পদৰ নাম: শিক্ষানবিচ [চিভিল ইন্জিনিয়াৰিং, মেকানিকেল, ইলেকট্রকেল, কম্পিউটাৰ ছায়েন্স, কেমিকেল ইন্জিনিয়াৰিং, ৰসায়ন বিভাগ, এল এল বি হোটেল, মেনেজমেন্ট, ৱেল্ডাৰ, ফিটাৰ, মেতিনিষ্ট,মেকানিক, একাউণ্টেসি,গণ সংযোগ, এম বি এ (মাৰ্কেটিং) আৰু ফায়াৰ ইন্জিনিয়াৰিং]

পদৰ সংখ্যা: ১০১

শিক্ষাগত অৰ্হতা: ইন্জিনিয়াৰিং পদৰ প্ৰাৰ্থীৰ বাবে ইন্জিনিয়াৰিংত ডিপ্লোমা, ৰাসায়ন বিভাগৰ প্ৰাৰ্থীৰ বাবে ৪০ % নম্বৰ ৰাসায়নবিজ্ঞানত বিষয়ত বি এছ চি ডিগ্রী লগতে হোটেল মেনেজমেন্ট শাখাৰ পদৰ বাবে হোটেল মেনেজমেন্ট বিষয়ত ডিগ্রীধাৰী হব লাগিব, আই আই টি শাখাৰ পদসমূহৰ বাবে আই আই টি ডিগ্রীধাৰী হোৱা প্ৰয়োজন। একাউন্টেসি শাখাৰ পদসমূহৰ বাবে বি. কম ডিগ্রীধাৰী। গণ সংযোগ শাখাৰ বাবে প্ৰাৰ্থী স্নাতক/ স্নাতকোত্তৰ ডিগ্রীধাৰী হব লাগিব।

বয়স : ১৮ বছৰ

অনলাইন আবেদনৰ শেষ তাৰিখ: ১০/০৩/২০২০

অধিক তথ্যৰ বাহে প্ৰাৰ্থীসকলে https://portal2.nrl.co.in ৰ সহায় লব পৰিব।

সৱিশেষ জানিবলৈ: Click here

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com