Begin typing your search above and press return to search.
অইল ইণ্ডিয়া এইচ এচ স্কুলত নিযুক্ত ২০২০

অইল ইণ্ডিয়া এইচ এচ স্কুলত নিযুক্ত ২০২০
অইল ইণ্ডিয়া এইচ এচ স্কুলত নৃত্য প্ৰশিক্ষকৰ ৬ মহীয়া ঠিকাভিত্তিক পদৰ পৰা ইচ্ছুক প্ৰাৰ্থীৰ পৰা আবেদন বিচাৰিছে।
পদৰ নাম: নৃত্য প্ৰশিক্ষক
পদৰ সংখ্যা: ০১
শিক্ষাগত অৰ্হতা: নৃত্য বিষয়ত স্নাতক ডিগ্ৰী লগতে হিন্দী, অসমীয়া, ইংৰাজী বিষয়ত জ্ঞান থকা আৱশ্যক।
দৰমহা: ১২,৩০০/- টকা প্ৰতি মাহ
ৱা্ক-ইন-ইন্টাৰভিউৰ: ১৬/০৩/২০২০
ৰিপৰ্টিং সময়: ৰাতিপুৱা ৭:০০ বজা
নিৰ্বাচন প্ৰক্ৰিয়া: সাক্ষাৎকাৰ
ঠিকনা: OIL India H.S. School, Duliajan
সৱিশেষ জানিবলৈ: Click Here
অন্য খবৰৰ বাবে পঢ়ক: দুধনৈ মহাবিদ্যালয় গোৱালপাৰাত নিযুক্তি ২০২০
Next Story