পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগ, অসমত নিযুক্তি ২০২০

পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগ, অসমত নিযুক্তি ২০২০
পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগ, অসমত ঠিকাভিত্তিক ভাবে ডিষ্ট্রিক্ট ৰিচোৰ্চ পাৰ্ছন (District Resource Person) পদৰ বাবে ইচ্ছুক প্ৰাৰ্থীৰ পৰা আবেদন বিচাৰিছে।
পদৰ নাম : ডিষ্ট্রিক্ট ৰিচোৰ্চ পাৰ্ছন (District Resource Person)
পদৰ সংখ্যা: ১১ টা
দৰমহা: ৩০,০০০টকা প্ৰতি মাহ।
শিক্ষাগত অৰ্হতা:
১/স্নাতকোত্তৰ চচিয়েল ৱৰ্ক/ ৰুৰেল ডেভলপমেন্ট।
২/ তিনি বছৰীয়া চচিয়েল অডিট আৰু ৰাইটচ অৱ দা পৰ ত অভিজ্ঞতা,
৩/ চিভিল চচাইটি অৰগেনাইজেচনত কাম কৰাৰ অভিজ্ঞতা।
৪/ টিম মেনেজমেন্ট আৰু সমন্বয়কৰ দক্ষতা থকা উচিত
৫/ অসমীয়া / বাংলা/ বড়ো যিকোনো স্থানীয় ভাষা কব পৰা হব লাগিব।
বাচনি প্ৰক্ৰিয়া: লিখিত পৰীক্ষা/ সাক্ষাৎকাৰ
TA/DA প্ৰদান কৰা হব।
কেনেদৰে আবেদন কৰিব: আবেদনসমূহ www.pnrdhcms.org ৱেবচাইটত ত আবেদন কৰাৰ লগতে স্কেন কৰা নথিপত্ৰ সমূহো আপলোড কৰিব লাগিব।
আবেদনৰ শেষ তাৰিখ: ২৫/০২/২০২০
অন্য খবৰৰ বাবে পঢ়ক : বোৰ্ডকাষ্ট ইন্জিনিয়াৰিং কনচালটেনচ ইণ্ডিয়া(BECIL)ত নিযুক্তি ২০২০