ডিব্ৰুগড়ৰ সাংসদ তথা মন্ত্ৰী ৰামেশ্বৰ তেলীক তিনিচুকীয়াত সম্বৰ্দ্ধনা

ডিব্ৰুগড়ৰ সাংসদ তথা মন্ত্ৰী ৰামেশ্বৰ তেলীক তিনিচুকীয়াত সম্বৰ্দ্ধনা
Published on

ডিব্ৰুগড়ৰ সাংসদ তথা খাদ্য প্ৰস্তুতকৰণ বিভাগৰ কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলীক বৃহস্পতিবাৰে তিনিচুকীয়াত সম্বৰ্দ্ধনা জনাই ৷ তিনিচুকীয়া জিলাৰ পুথিভৰাঁলৰ প্ৰেক্ষাগৃহত বিজেপিয়ে আয়োজন কৰা অনুষ্ঠানত ৰামেশ্বৰ তেলীক ৰত্নেশ্বৰ মৰাণে সম্বৰ্দ্ধনা জনায়। ইয়াৰ পিছতে স্থানীয় বিধায়ক সঞ্জয় কৃষাণ,সাংস্কৃতিক আৰু সাহ্যিতিক সংগঠনেও সম্বৰ্দ্ধনা জনাই ৷

এই অনুষ্ঠানত ৰামেশ্বৰ তেলীয়ে তিনিচুকীয়া ডিব্ৰুগড় জিলাৰ ভোটদাতাসকলক ধন্যবাদ জ্ঞাপন কৰে ৷ আৰু কেন্দ্ৰীয় মন্ত্ৰীসভাৰ এগৰাকী মন্ত্ৰী হিছাপে অসমবাসীক কাম কৰাৰ আশ্বাস প্ৰদান কৰে খাদ্য প্ৰস্তুতকৰণৰ কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলীয়ে।

অন্য খবৰৰ বাবে পঢ়ক : ৰাজ্যিক বাতৰি

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com