ৰাষ্ট্ৰীয় উচ্চতৰ শিক্ষা অভিযান, অসম 2020

ৰাষ্ট্ৰীয় উচ্চতৰ শিক্ষা অভিযান, অসম 2020

ৰাষ্ট্ৰীয় উচ্চতৰ শিক্ষা অভিযান, অসম 2020

ৰাষ্ট্ৰীয় উচ্চতৰ শিক্ষা অভিযান, অসম ত ৪টাকৈ

খালী পদ একাউন্ট এছিচটেন্ট, প্ৰোগেমাৰ এছিচটেন্ট প্ৰোগেমাৰ পদৰ ৱাক ইন ইনটাৰভিউৰ বাবে ইচ্ছুক পাৰ্থীৰ পৰা আবেদন বিচৰা হৈছে।

১. একাউন্ট এছিচটেন্ট

পদৰ সংখ্যা- ০১

দৰমহা- ২৫০০০ প্ৰতি মাহ

শিক্ষাগত অৰ্হতা- বাণিজ্যিকত স্নাতক ৰ লগতে গুৰুবিষয় একাউন্টেন্স হব লাগিব। একাউন্টিং, টেলি আৰু ফাইনেনচিয়েল বিষয়ত অভিজ্ঞতা থাকিব লাগিব।

বয়স সীমা - ৪৫ বছৰ ৰ অনুৰ্ধত।

কামৰ সময়সীমা -৬ মাহ

২. প্ৰোগেমাৰ

পদৰ সংখ্যা-০১

দৰমহা-৩৮০০০ প্ৰতি মাহ

*শিক্ষাগত অৰ্হতা- কম্পিউটাৰ বিষয়ত স্নাতকোত্তৰ অথবা এম.এচ চি ( কম্পিউটাৰ বিজ্ঞান/ ইনফৰমেচন টেকন'লজি)

* বি.ই /বি . টেক কম্পিউটাৰ ইন্জিনিয়াৰিং অথবা কম্পিউটাৰ বিজ্ঞান অথবা কম্পিউটাৰ টেকনলজি অথবা ইন্জিনিয়াৰিং অথবা ইনফৰমেচন টেকন'লজি।

* ৩/৪ বছৰীয়া গভৰ্নমেনট অফিচত প্ৰোগেমিংৰ অথবা ইনফৰমেচন চিচটেমত অভিজ্ঞতা থাকিব লাগিব।

বয়স সীমা-৪৫ বছৰ ৰ অনুৰ্ধত

কামৰ সময়সীমা- ১১ মাহ

৩.এছিচটেন্ট প্ৰোগেমাৰ

পদৰ সংখ্যা-০২

দৰমহা- ৩০০০০ প্ৰতি মাহ

*শিক্ষাগত অৰ্হতা- কম্পিউটাৰ বিষয়ত স্নাতকোত্তৰ অথবা এম.এচ চি ( কম্পিউটাৰ বিজ্ঞান/ ইনফৰমেচন টেকন'লজি)

* বি.ই /বি . টেক কম্পিউটাৰ ইন্জিনিয়াৰিং অথবা কম্পিউটাৰ বিজ্ঞান অথবা কম্পিউটাৰ টেকনলজি অথবা ইন্জিনিয়াৰিং অথবা ইনফৰমেচন টেকন'লজি।

* ৩/৪ বছৰীয়া গভৰ্নমেনট অফিচত প্ৰোগেমিংৰ অথবা ইনফৰমেচন চিচটেমত অভিজ্ঞতা থাকিব লাগিব।

বয়স সীমা-৪৫ বছৰ ৰ অনুৰ্ধত

কামৰ সময়সীমা- ১১ মাহ

আবেদনৰ সৈতে প্ৰাৰ্থীসকলে চি ভি, চাৰ্টিফিকেট মাৰ্কশ্বীট সমূহত চেল্ফ এটেষ্টেড কৰি ইনটাৰভিউৰ দিনা আনিব লাগিব।

একাউন্ট এছিচটেন্ট- ১১/০২/২০২০

প্ৰোগেমাৰ এছিচটেন্ট -১২/০২ /২০২০

প্ৰোগেমাৰ-১২/০২/২০২০

অধিক তথ্যৰ বাবে তলত উল্লেখ কৰা বিভাগীয় ৱেবছাইটত চাওক : Link 1 / Link 2

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com