ৰত্নপীঠ মহাবিদ্যালয় ধুবুৰীত নিযুক্তি ২০২০

ৰত্নপীঠ মহাবিদ্যালয় ধুবুৰীত নিযুক্তি ২০২০

ৰত্নপীঠ মহাবিদ্যালয় ধুবুৰীত নিযুক্তি ২০২০

ৰত্নপীঠ মহাবিদ্যালয় ধুবুৰীত সহকাৰী অধ্যাপকৰ খালি পদ পূৰণৰ বাবে ইচ্ছুক প্ৰাৰ্থীৰ পৰা কলেজ কৰ্তৃপক্ষই আবেদন বিচাৰিছে।

পদৰ নাম: সহকাৰী অধ্যাপক (ইংৰাজী, ৰাজনীতি বিজ্ঞান)

পদৰ সংখ্যা: ০৩

বয়স: ৩৮ বছৰ ( ৫ বছৰ এচ টি /এচ চি/পি ডাব্লিউ ডি প্ৰাৰ্থীৰ বাবে ৰেহাই, ৩ বছৰ অবিচি / এম অ বি চি প্ৰাৰ্থীৰ বাবে ৰেহাই)

শিক্ষাগত অৰ্হতা: পি এইচ ডি ডিগ্রী ৰ সৈতে UGC ৰ অধীনত NET/ SLET/ SET উৰ্ত্তীণ হব লাগিব।

দৰমহা - ইউ জি চিৰ নিয়ম অনুসৰি

আবেদনৰ শেষ তাৰিখ: ১৪/০৩/২০২০

কেনেদৰে আবেদন কৰিব: প্ৰাৰ্থীসকলে আবেদনসমূহ . সৈতে ২৫০০/- টকা ডিমান্ড ড্ৰাফ্ট যোগে Principal/ Secretary, Ratnapith College, Bahawalpur, Chapar, Dhubri payable at UCO Bank, Chapar Branch must reach the Principal/ Secretary, Ratnaptth College ঠিকনাত বিজ্ঞাপন প্ৰকাশৰ ১৫ (২৬/০২/২০২০) দিনৰ ভিতৰত পঠিয়াব লাগিব।

সৱিশেষ জানিবলৈ: Click here

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com