Begin typing your search above and press return to search.

ৰেল ইণ্ডিয়াৰ কাৰিকৰী আৰু আৰ্থিক সেৱাত নিযুক্তি (RITES) ২০২০

ৰেল ইণ্ডিয়াৰ কাৰিকৰী আৰু আৰ্থিক সেৱাত নিযুক্তি (RITES) ২০২০

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  13 March 2020 11:56 AM GMT

ৰেল ইণ্ডিয়াৰ কাৰিকৰী আৰু আৰ্থিক সেৱাত নিযুক্তি (RITES) ২০২০

ৰেল ইণ্ডিয়াৰ কাৰিকৰী আৰু আৰ্থিক সেৱাত (Rail India Technical and Economic Services)৫ টা পদৰ বাবে উপযুক্ত প্ৰাৰ্থীৰ পৰা আবেদন বিছাৰিছে। কতৃপক্ষই ডিজিএম (মেছ) ৰ ৫ টা পদৰ বাবে এই আবেদন বিছাৰিছে। এই পদ সমূহ আছে বঙাইগাঁও (অসম), ৰৌৰকেলা , উৰিষ্যা, নবীন নগৰ , বিহাৰ, ফাৰাক্কা, পশ্চিম বংগ, মাৰৱাৰ, ৰাজস্থানত আছে।

চাকৰিৰ বাবে আবেদন সমূহ ২০২০ চনৰ ১৪ মাৰ্চৰ আগলৈহে গ্ৰহণ কৰা হ’ব ।

পদৰ নাম- ডি জি এম (মেছ) (DGM (Mech))

পদৰ সংখ্যা- ০৫

বয়স – ৫৬ বছৰ

অৰ্হতা – diesel locomotives & wagons ত পৰিচালনা আৰু ৰক্ষণাবেক্ষণত অভিজ্ঞতা।

দৰমহা -7th CPC Level-11

কেনেদৰে আৱেদন জনাব: ইচ্ছুক প্ৰাৰ্থী সকলে ৰাইটছ (RITES)ৰ ৱেবছাইট http://www.rites.com ৰ জৰিয়তে অনলাইন আৱেদন জনাব পাৰে। অনলাইন আৱেদনৰ এটা কপি প্ৰাৰ্থীয়ে নিজৰ লগত ৰাখিব । উপযুক্ত নথি পত্ৰ লাগিব ।

অন্তিম তাৰিখ- ১৪-০৩-২০২০

অধিক তথ্যৰ বাবে তলত উল্লেখ কৰা বিভাগীয় ৱেবছাইটত চাওক : Click here

অন্য খবৰৰ বাবে পঢ়ক : হাব্ৰাঘাট মহাবিদ্যালয়, কৃষ্ণাই নিযুক্তি ২০২০

Next Story
চাকৰি