ৰূপহী মহাবিদ্যালয় নিযুক্তি ২০২০

ৰূপহী মহাবিদ্যালয়  নিযুক্তি ২০২০

ৰূপহী মহাবিদ্যালয় নিযুক্তি ২০২০

ৰূপহী মহাবিদ্যালয় নগাঁওত সহকাৰী অধ্যাপকৰ খালি পদ পূৰণৰ বাবে ইচ্ছুক প্ৰাৰ্থীৰ পৰা কলেজ কৰ্তৃপক্ষই আবেদন বিচাৰিছে।

পদৰ নাম: সহকাৰী অধ্যাপক (ৰাজনীতি বিজ্ঞান, অসমীয়া, অৰ্থনিতী, বুৰঞ্জী)

পদৰ সংখ্যা: ০৫

বয়স: ৩৮ বছৰ ( ৫ বছৰ এচ টি /এচ চি/পি ডাব্লিউ ডি প্ৰাৰ্থীৰ বাবে ৰেহাই, ৩ বছৰ অবিচি / এম অ বি চি প্ৰাৰ্থীৰ বাবে ৰেহাই)

শিক্ষাগত অৰ্হতা: As per Govt. office Memo No. AHE407/2017/44 = dated 08-11-2018 and Govt. Notification No. AHE28/2020/4 dated. 04-92-2020

আবেদনৰ শেষ তাৰিখ: ১৮ -০৩-২০২০

কেনেদৰে আবেদন কৰিব: প্ৰাৰ্থীসকলে আবেদনসমূহ . সৈতে ২০০০/- টকা ডিমান্ড ড্ৰাফ্ট যোগে Principal, Rupahi College payable at Indian Bank, Hatipukhuri Branch. The Application must reach the Principal/ Secretary ঠিকনাত বিজ্ঞাপন প্ৰকাশৰ ১৫ দিনৰ ভিতৰত পঠিয়াব লাগিব।

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com