Begin typing your search above and press return to search.

ৰূপহী মহাবিদ্যালয় নগাঁওত নিযুক্তি ২০২০

ৰূপহী মহাবিদ্যালয় নগাঁওত নিযুক্তি ২০২০

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  3 March 2020 12:33 PM GMT

ৰূপহী মহাবিদ্যালয় নগাঁওত নিযুক্তি ২০২০

ৰূপহী মহাবিদ্যালয় নগাঁওত সহকাৰী অধ্যাপকৰ খালি পদ পূৰণৰ বাবে ইচ্ছুক প্ৰাৰ্থীৰ পৰা কলেজ কৰ্তৃপক্ষই আবেদন বিচাৰিছে।

পদৰ নাম: সহকাৰী অধ্যাপক (ৰাজনীতি বিজ্ঞান, অসমীয়া, অৰ্থনিতী, বুৰঞ্জী)

পদৰ সংখ্যা: ০৫

বয়স: ৩৮ বছৰ ( ৫ বছৰ এচ টি /এচ চি/পি ডাব্লিউ ডি প্ৰাৰ্থীৰ বাবে ৰেহাই, ৩ বছৰ অবিচি / এম অ বি চি প্ৰাৰ্থীৰ বাবে ৰেহাই)

শিক্ষাগত অৰ্হতা: As per Govt. office Memo No. AHE407/2017/44 = dated 08-11-2018 and Govt. Notification No. AHE28/2020/4 dated. 04-92-2020

আবেদনৰ শেষ তাৰিখ: ১৫ দিনৰ ভিতৰত

কেনেদৰে আবেদন কৰিব: প্ৰাৰ্থীসকলে আবেদনসমূহ . সৈতে ২০০০/- টকা ডিমান্ড ড্ৰাফ্ট যোগে Principal, Rupahi College payable at Indian Bank, Hatipukhuri Branch. The Application must reach the Principal/ Secretary ঠিকনাত বিজ্ঞাপন প্ৰকাশৰ ১৫ দিনৰ ভিতৰত পঠিয়াব লাগিব।

অন্য খবৰৰ বাবে পঢ়ক: জনসংযোগ সঞ্চালকালয় কাৰ্যালয়ত নিযুক্তি ২০২০

Next Story
চাকৰি