সৰ্ব শিক্ষা অভিযান মিছন ,বিশ্বনাথ নিযুক্তি ২০২০

সৰ্ব শিক্ষা অভিযান মিছন ,বিশ্বনাথ নিযুক্তি ২০২০

সৰ্ব শিক্ষা অভিযান মিছন ,বিশ্বনাথ নিযুক্তি ২০২০

পদবী নাম: এল ডি এ আৰু টাইপিষ্ট

অৰ্হতা : স্নাতক হোৱাৰ লগতে ছয় মাহৰ চৰকাৰৰ পৰা স্বীকৃতি প্ৰাপ্ত প্ৰতিষ্ঠানৰ পৰা কম্পিউটাৰ এপ্লিকেচনৰ ডিপ্লোমা কৰা হব লাগিব। ইংৰাজী আৰু অসমীয়া দুই ভাষাতে টাইপিং স্কীল থাকিব লাগিব।

আবেদনৰ শেষ সীমা ২০/ ০১/ ২০২০

এই বিভাগতে আন এক পদ খালি হৈছে :চকীদাৰৰ পদ

পদৰ সংখ্যা :০১

অৰ্হতা : অষ্টম শ্ৰেণী

বয়স : ১৮- ৪৪ বছৰ হব লাগিব ২০২০ ৰ প্ৰথম জানুৱাৰীলৈকে ।

আবেদনৰ শেষ দিন : ২০/ ০১/ ২০২০

২০২০ ৰ ২০ জানুৱাৰীৰ ভিতৰত অসম সৰ্ব শিক্ষা অভিযান মিছনৰ বিশ্বনাথ জিলা স্থিত মিছন কৰ্ডিনেটৰ কাৰ্যালয়ত আবেদন কৰিব লাগিব।

অধিক তথ্যৰ বাবে তলত উল্লেখ কৰা বিভাগীয় ৱেবছাইটত চাওক : Click Here

অন্য খবৰৰ বাবে পঢ়ক : Deputy Commissioner, Sonitpur Recruitment 2020 for Junior Assistant

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com