Begin typing your search above and press return to search.

স্বেতা আগৰৱালা হত্যাকাণ্ড: গোবিন্দ সিংঘালক ফাঁচীৰ ৰায়

স্বেতা আগৰৱালা হত্যাকাণ্ড: গোবিন্দ সিংঘালক ফাঁচীৰ ৰায়

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  3 Aug 2019 8:26 AM GMT

আজি ঘোষণা কৰিলে শ্বেতা আগৰৱালাৰ হত্যাকাণ্ডৰ ৰায় । আগৰৱালা হত্যাকাণ্ডৰ মূল অভিযুক্ত গোবিন্দ সিংঘালক ফাঁচী। গোবিন্দৰ মাতৃ–ভগ্নীক যাৱজ্জীৱন কাৰাদণ্ডৰ ৰায় দিয়ে জিলা আৰু সত্ৰ ন্যায়াধীশৰ আদালতে এই ৰায়দান দিছে।

প্ৰেমিক গোবিন্দ সিংহালৰ বাসগৃহত অৰ্ধ উলংগ, জ্বলা অবস্থাত শ্বেতাৰ মৃতদেহ উদ্ধাৰ কৰিছিল ।২০১৭চনৰ ৪ ডিচেম্বৰত মেধাৱী ছাত্ৰী শ্বেতা আগৰৱালাক হত্যা কৰিছিল ভণ্ড প্ৰেমিক গোবিন্দ সিংঘালে, সহযোগ কৰিছিল মাতৃ আৰু ভগ্নীয়ে।

অন্য খবৰৰ বাবে পঢ়ক : আজি নীলোৎপল আৰু অভিজিৎ হত্যাকাণ্ডৰ এবছৰ: আজিও শাস্তি নাপালে দোষীয়ে

Next Story