সমগ্ৰ শিক্ষা অভিযান নিযুক্তি ২০২০

সমগ্ৰ শিক্ষা অভিযান নিযুক্তি ২০২০

সমগ্ৰ শিক্ষা অভিযান নিযুক্তি ২০২০

সমগ্ৰ শিক্ষা অভিযানত ঠিকাভিত্তিক পদ সমূহৰ বাবে ইচ্ছুক প্ৰাৰ্থীৰ পৰা আবেদন বিচাৰিছে।

১/পদৰ নাম : ইউ ডি এ (UDA in district mission Office, SSA, South Salmara Mankachar)

পদৰ সংখ্যা: ০১

শিক্ষাগত অৰ্হতা: স্নাতক লগতে এবছৰীয়া কম্পিউটাৰ এপ্লিকেশনৰ ইংৰাজী অসমীয়া ভাষাত টাইপিংৰ দক্ষতা।

অভিজ্ঞতা: ২বছৰীয়া চৰকাৰী স্কীম / মিচন অফিচত কৰ্মৰত অভিজ্ঞতা

২/পদৰ নাম: এল ডি এ(LDA in district mission Office, SSA, South Salmara Mankachar.)

পদৰ সংখ্যা: ০১

শিক্ষাগত অৰ্হতা: স্নাতক লগতে এবছৰীয়া কম্পিউটাৰ এপ্লিকেশনৰ ইংৰাজী অসমীয়া ভাষাত টাইপিংৰ দক্ষতা।

৩/পদৰ নাম :গ্ৰেড-IV ( Grade IV in district mission Office, SSA, South Salmara Mankachar.)

পদৰ সংখ্যা: ০২

শিক্ষাগত অৰ্হতা: ক্লাচ-৮

৪/পদৰ নাম: চকীদাৰ (in district mission Office, SSA, South Salmara Mankachar.)

পদৰ সংখ্যা: ০১

শিক্ষাগত অৰ্হতা: ক্লাচ-৮

৫/পদৰ নাম: KGBV ৰ বাবে ৰান্ধনী ( Reserve Female Candidates)

পদৰ সংখ্যা: ০১

শিক্ষাগত অৰ্হতা: ক্লাচ-৮ লগতে ৰন্ধনৰ অভিজ্ঞতা

দৰমহা: চৰকাৰৰ প্ৰভিজন অনুসৰি দৰমহা প্ৰদান কৰা হব।

কেনেদৰে আবেদন কৰিব: স্ব- স্বাক্ষৰিত নথিপত্ৰ /পাছপোৰ্ট ফটো The District Mission Coordinator, SSA , South Salmara Mankachar, DC office Campus, Hastingimari-783135 ত ২৫/০২/২০২০ ৰ আগত জমা কৰিব লাগিব।

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com