তেজপুৰ বিশ্ববিদ্যালয়ত জুনিয়ৰ ৰিচাৰ্ছ ফেল’ৰ পদ খালী
পদৰ নামঃ জুনিয়ৰ ৰিচাৰ্ছ ফেল’
অৰ্হতাঃ এম এচ চি,এম ই/এম.টেক
খালী হৈ থকা পদৰ সংখ্যাঃ ০১
দৰমহাঃ প্ৰতি মাহে ৩১,০০০ৰ পৰা ৩৫,০০০ টকালৈ
অভিজ্ঞতাঃ ০-২ বছৰ
আবেদনৰ শেষ তাৰিখঃ ০৫/০৬/২০১৯
এই সন্দৰ্ভত অধিক জানিবলৈঃ ক্লিক কৰক