সমগ্ৰ ৰাজ্যতে দুটাকৈ ভূমিকম্পৰ জোকাৰণি: অৰুণাচলৰ কামেং উৎপত্তিস্থল

সমগ্ৰ ৰাজ্যতে দুটাকৈ ভূমিকম্পৰ জোকাৰণি: অৰুণাচলৰ কামেং উৎপত্তিস্থল

সমগ্ৰ ৰাজ্যৰ লগতে উত্তৰ পূৰ্বাঞ্চলতে ভূমিকম্পৰৰ জোকাৰণি । ২.৫৩ বজাত ভূমিকম্পৰ জোকাৰণি হয়। দুটাকৈ ভূমিকম্পয়ে জোকাৰি যায় উত্তৰ পূৰ্বাঞ্চল। প্ৰথম ভূমিকম্পটোৰ ৰিখটাৰ স্কেলত ৫:৬ প্ৰাবল্যৰ । ভূমিকম্পটোৰ উৎপত্তিস্থল অৰুণাচলৰ পূৱ কামেং জিলাত ।

আনটো ভুমিকম্প ৩.০৪ বজাত হয় । দ্বিতীয়টো ভূমিকম্পৰ ৰিখটাৰ স্কেলত ৩.৮ প্ৰাবল্যৰ । অৰুণাচল প্ৰদেশৰ কামেং জিলাত ১০ কিলোমিটাৰ গভীৰতাত ভূমিকম্পৰ জোকাৰণি হয়। বৰ্তমানলৈকে ভূমিকম্পৰ ফলত হোৱা ক্ষয় ক্ষতি পৰিমাণ জানিব পৰা নাই।

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com