Begin typing your search above and press return to search.

ৱেব ডেভেলপাৰ পদৰ বাবে ভেনটেজ চাৰ্কলত নিযুক্তি

ৱেব ডেভেলপাৰ পদৰ বাবে ভেনটেজ চাৰ্কলত নিযুক্তি

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  29 April 2020 9:37 AM GMT

ৱেব ডেভেলপাৰ পদৰ বাবে ভেনটেজ চাৰ্কলত নিযুক্তি।

ৱেব ডেভেলপাৰ পদৰ বাবে গুৱাহাটী অৱস্থিত ছয় মাইলৰ ভেনটেজ চাৰ্কলত ইচ্ছুক প্ৰাৰ্থীৰ বাবে নিযুক্তি বিচাৰিছে ।

পদৰ নাম: ৱেব ডেভেলপাৰ

পদৰ সংখ্যা - ০৫

স্থান- ছয়‌ মাইল,‌গুৱাহাটী ।

অৰ্হতা - বি টেক/এম চি এছ/এম এছ চি ( কম্পিউটাৰ চাইঞ্চ)

চি এছ ফাউণ্ডামেন্টেলৰ অভিজ্ঞতা

MySql আৰু DB ৰ অভিজ্ঞতা

কেনেদৰে আৱেদন জনাব : ইচ্ছুক প্ৰাৰ্থীয়ে বায়ডাটা careers@vantagecircle.com . পঠাব পাৰিব ।

অন্তিম তাৰিখ: ৩১/০৫/২০২০

Next Story