Begin typing your search above and press return to search.
নতুন ৰাজনৈতিক মঞ্চ গঠন কৰিব বুলি অংগীকাৰ জুবিনৰ

নতুন ৰাজনৈতিক মঞ্চ গঠন কৰিব বুলি অংগীকাৰ জুবিনৰ।ৰাজ্যত কংগ্ৰেছ আৰু বিজেপিৰ বিকল্প ৰাজনৈতিক মঞ্চ গঠন কৰিব জুবিনে। সমগ্ৰ ৰাজ্যজুৰি কেব বিৰোধী প্ৰতিবাদ অধিক তীব্ৰতৰ আৰু উত্তাল হৈ থকাৰ মাজতে বুধবাৰে মহানগৰীৰ চান্দমাৰিৰ অভিযান্ত্ৰিক খেলপথাৰ প্ৰতিষ্ঠানত এক কেবৰ বিৰোধীতাত শিল্পী সমাজে আয়োজন কৰা প্ৰতিবাদী সভাত অংশগ্ৰহণ কৰি জুবিনে এনেদৰে মন্তব্য কৰে। অন্যহাতে নতুন ৰাজনৈতিক মঞ্চৰ দ্বায়িত্ব লবলৈ জুবিন আৰু লোৰিনক আহ্বান জনায় জ্যেষ্ঠ সাংবাদীক অদিপ কুমাৰ ফুকনে।আছুৰ সাধাৰণ সম্পাদক লোৰিণজ্যোতি গগৈ উপস্থিত থকা সভাখনত লক্ষণীয় ভাৱে উপস্থিত থাকে সীমান্ত শেখৰ।
অন্য খবৰৰ বাবে পঢ়ক : অসমীয়াক নিৰ্যাতন নকৰাৰ আহ্বান আলফা (স্বা:) সেনাপ্ৰধান পৰেশ বৰুৱাৰ
ভিডিঅ প্ৰতক্ষ্য কৰক : Students boycott exams in Bongaigaon opposing Citizenship (Amendment) Bill
Next Story