সফলভাবে পিনাকা ৰকেট পৰীক্ষা সম্পন্ন

সফলভাবে পিনাকা ৰকেট পৰীক্ষা সম্পন্ন

ডি আৰ ডি অ( DRDO ) য়ে মংগলবাৰে সফলভাবে পিনাকা ৰকেট পৰীক্ষা সম্পন্ন । ৰাজস্থানৰ পোখৰাণত তৃতীয় বাৰৰ বাবে বহুতো বন্দুকৰ নল যুক্ত ৰকেট পৰীক্ষা সম্পন্ন কৰে । সোমবাৰে দুটা পৰীক্ষা কৰিছিল । সফলভাবে উৎক্ষেপন কৰা পিনাকা ৰকেট অস্ত্ৰসত্ৰ সমুহ বিশ্বাসযোগ্য, যথাযথ কঢ়িয়াই নিব পৰা সুবিধা আছে ।

পিনাকা ,অস্ত্ৰসত্ৰ ব্যবস্থা ৰকেটটো উচ্চ নব্য প্ৰযুক্তিবিদ্যা সম্পন্ন ।

সোমবাৰে দুবাৰকৈ পৰীক্ষা কৰা ৰকেট খনে লক্ষ্যক যথাযত প্ৰত্যুত্তৰ দিয়াৰ ক্ষমতা থকাৰ লগতে আকাংক্ষাত উপনিত হোৱাৰ ক্ষমতা আছে । টেলিমেন্টৰী ব্যবস্থাই সকলো বিমানৰ গতিবিধি লক্ষ্য কৰিব পাৰিব বুলি প্ৰকাশ কৰে প্ৰতিৰক্ষা কতৃপক্ষয়ে। লগতে কয় যে পিনাকাৰ যোগেদি দূৰত্ব থকা লক্ষ্যত যথাযথ আক্ৰমণ কৰিবলৈ সক্ষম হব।

পিনাকা ৰকেট ব্যবস্থাটোত মাৰ্ক -। কে সৰ্বাধিক ৪০ কিলোমিটাৰ দুৰত্ব বিস্তাৰ কৰিবলৈ সক্ষম হব। মাৰ্ক-।। য়ে ৭৫ কিলোমিটাৰ বিস্তাৰ কৰিবলৈ সক্ষম হব। আনহাতে ৪৪ চেকেণ্ডত ১২ টা অগ্নি য়ে আক্ৰমণ কৰাৰ সক্ষম আছে |

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com