নাগৰিকত্ব সংশোধনী বিলৰ সমস্যাৰ সমাধানৰ আহ্বান

নাগৰিকত্ব সংশোধনী বিলৰ সমস্যাৰ সমাধানৰ আহ্বান

যোৱা দেওবাৰে গুৱাহাটীৰ জিলা পুথিঁভৰালত অনুষ্ঠিত হৈ যোৱা অসম সাহিত্য সভাত পৰামানন্দ ৰাজবংশীয়ে অতি সোনকালে যিকোনো উপায়েৰে সংশোধন কৰিবলৈ আহ্বান জনাইছে।

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com