প্ৰাক্তন আটাছু নেতা অশ্বিনী চেতিয়াৰ অকাল বিয়োগ

বিগত প্ৰায় দুবছৰ দিন ধৰি হাঁওফাঁওৰ কৰ্কট ৰোগত আক্ৰান্ত হৈ আছিল নেতাজন ।