ডাঃ বি বৰুৱা কৰ্কট প্ৰতিষ্ঠানত জ্যেষ্ঠ আৱাসিক চিকিত্সক নিযুক্তি

গুৱাহাটীৰ ডাঃ বি বৰুৱা কৰ্কট প্ৰতিষ্ঠানে জ্যেষ্ঠ আৱাসিক চিকিত্সক নিযুক্তিৰ বাবে আবেদন বিচাৰিছে।