ষষ্ঠ দফাৰ গোপন প্ৰতিবেদন ৰাজহুৱা কৰিলে ক্ষুব্ধ আছুৱে

উচ্চ পৰ্যায়ৰ সমিতিয়ে প্ৰায় পাঁচশ ব্যক্তি আৰু সংগঠনৰ সৈতে আলোচনা কৰি এই প্ৰতিবেদন প্ৰস্তুত কৰে।