ৰিয়া কাপুৰ আৰু কৰণ বুলানীৰ মালদ্বীপৰ নতুন পোষ্ট

ৰিয়া কাপুৰ, কৰণ বুলানীয়ে তেওঁলোকৰ মালদ্বীপৰ মধুচন্দ্রিমা উপভোগ কৰাৰ সময়ত নতুন পোষ্ট বিনিময় কৰিছে।