ক'ৰ'না পজিটিভ হ'ল বিজেপি বিধায়ক মিহিৰ কান্তি সোম

ইয়াৰ লগে লগে ৰাজ্যত ক'ৰ'না আক্ৰান্ত হোৱা বিধায়কৰ সংখ্যা ৮জনলৈ বৃদ্ধি পাইছে।