উত্তৰ-পূব পাৰ্বত্য বিশ্ববিদ্যালয়ত নিযুক্তি ২০২০

উত্তৰ-পূব পাৰ্বত্য বিশ্ববিদ্যালয়ত নিযুক্তি ২০২০

উত্তৰ-পূব পাৰ্বত্য বিশ্ববিদ্যালয়ত নিযুক্তি ২০২০

উত্তৰ-পূব পাৰ্বত্য বিশ্ববিদ্যালয়, শ্বিলংত উপ-পঞ্জিয়ক, সহকাৰী পঞ্জিয়কৰ খালি পদৰ বাবে ইচ্ছুক প্ৰাৰ্থীৰ পৰা আবেদন বিচাৰিছে।

পদৰ নাম : উপ-পঞ্জিয়ক, (UR)

পদৰ সংখ্যা: ০১

দৰমহা: ৭৮,৮০০/- টকৰ পৰা ২,০৯,২০০/- টকা প্ৰতি মাহ

শিক্ষাগত অৰ্হতা: ৫৫% নম্বৰসহ স্নাতকোত্তৰ ডিগ্ৰী হোৱাৰ লগতে প্ৰবক্তা/সহকাৰী অধ্যাপকৰ ৯ বছৰৰ কৰ্মৰ অভিজ্ঞতাথকা প্ৰয়োজন।

পদৰ নাম: সহকাৰী-পঞ্জিয়ক

পদৰ নাম: ০২ ( UR-01, OBC-01)

দৰমহা: ৫৬,১০০/- টকাৰ পৰা ১,৭৭,৫০০/- টকা প্ৰতি মাহ।

শিক্ষাগত অৰ্হতা: ৫৫ % নম্বৰসহ স্নাতকোত্তৰ ডিগ্রীধাৰী হব লাগিব। এছ চি/এছ টি প্ৰাৰ্থীৰ বাবে ৫০ শতাংশ নম্বৰৰ আৱশ্যক।

আবেদনৰ মাচুল: অ বি চি / সাধাৰণ শ্ৰেণীৰ প্ৰাৰ্থীয়ে ১০০০ টকা আৰু এছ চি/ এছ টি প্ৰাৰ্থীৰ ৫০০ টকাকৈ মাচুল পৰিশোধ কৰিব লাগিব।

সবিশেষ জানিবলৈ : click here

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com