২৫ ছেপ্টেম্বৰত মুম্বাই লৈ ঘূৰিব অভিনেতা চলমান খান আৰু কেটৰিনা কাইফ

অষ্ট্ৰিয়াত 'টাইগাৰ ৩'ৰ চিত্ৰগ্ৰহণ সমাপ্ত কৰি পৰিৱৰ্তী দৃশ্যৰ কামৰ বাবে ২৫ ছেপ্টেম্বৰত মুম্বাই লৈ ঘূৰি আহিব অভিনেতা চলমান খান আৰু কেটৰিনা কাইফ।