ক'ৰ'নাত আক্ৰান্ত হ'ল অযোধ্যাৰ ৰাম মন্দিৰ ন্যাসৰ মুৰব্বী

অনুষ্ঠানত মুঠ ৫গৰাকী ব্যক্তিয়ে আসন গ্ৰহণ কৰিছিল। এই পাঁচ গৰাকী ব্যক্তিৰে অন্যতম আছিল মহন্ত দাস।